Zubeen Garg: The People's Singer

 People's Singer...

2005 ৰ সেই MA ৰ দিন বোৰতে যে আমাৰ বাবে তুমি জনতাৰ শিল্পী হৈ উঠিছিলা...



আমি তোমাক interview টোত People's Singer কৈয়ে ভাল পাইছিলো... তেতিয়াই .....আজিৰ দৰেই 





কিমান যে ভালপাও তোমাক, হে মহান শিল্পী!...Social Media আৰু Phone Photography নথকাৰ সময়তো 'মায়া', 'বিস্ময়' আদি আলোচনীৰ দিনৰে পৰা, কেছেট কিনি কিনি তোমাৰ গানকে শুনি তোমাক লগ পাবলৈ বাউল হোৱা আমি বোৰে তোমাক বুকুত লৈ ফুৰিম অহৰহ ...তোমাৰ 'সুৰৰ সোপানে সোপানে'...(ফটোখন তুলিবলৈ  গৈ   কেমেৰাৰ পিছত আছিল Tamanna...)So blessed to meet and have  the interview of the legend of our time! 20 Years ago ...and you were the people's singer for us...Our singer.  ..


Post a Comment

0 Comments