বিজ্ঞান সংযোগীকৰণ (science communication) ৰ শ্ৰেণীত এজন ছাত্ৰই মোক এটা প্ৰশ্ন সুধিছিল- "আপুনি জ্যোতিষ বিশ্বাস নকৰে? কিয়?" তেওঁৰ এই প্ৰশ্নটোত উত্তৰ দিবলৈ মই সঠিককৈ মাত্ৰ এটা কাৰণ বিচাৰি পোৱা নাছিলো- যিহেতু জ্যোতিষ সম্পৰ্কে মোৰ পূৰ্বৰ সকলো অভিজ্ঞতা হয়তো হাস্যকৰ নহয়টো তিক্ততামূলক! জ্যোতিষ শব্দটোৰ সৈতে মোৰ চিনাকী অৱশ্যে খুব পুৰণি নহয়। গাৱত থকালৈকে…
Read moreঠিক ১৪ বছৰ মান বয়সলৈকে তোলনি নোহোৱা ছোৱালীৰ মানসিক চাপ আৰম্ভ হয়। সেই চাপ কেৱল তাইৰ হৈ নাথাকি ঘৰ খনৰ হৈ পৰে; চুবুৰিলৈ বাগৰি যায়!ঋতুমতী নোহোৱাটো ছোৱালীজনীৰ বাবে অভিশাপ হৈ পৰে! তাহানিৰ তোলনি-বিয়াত আঁয়তিসকলে ঋতুমতী ছোৱালী এজনীক হয়তু জীৱনৰ বাবে সাজু কৰিছিল- কষ্টকৰ জীৱনত নাচি বাগি তেওলোকেও ক্ষণিক আনন্দ কৰিছিল- কলগছক স্বামী সজাই ছোৱালীজনীৰ ভবিষ্যতৰ আখৰা কৰিছিল!…
Read moreএটা পৰম্পৰা- ছোৱালীৰ প্ৰথম ঋতুস্ৰাৱৰ ঘটনাটোক বিয়া হিচাপে আমাৰ পালন কৰা হয়- নাম টোলনী বিয়া/ সৰু বিয়া! মোৰ মনত আছে- বাৰ বছৰৰ কোনোবা এটা সন্ধিয়াত যেতিয়া মোৰ শৰীৰৰ আজৱ পৰিবৰ্তনটো ঘটিছিল ; মায়ে খবৰটো দিয়াৰ পাছতে দেউতা দৌৰ মাৰিছিল লক্ষী গোঁসাইৰ তাত চোৱাবলৈ। জন্ম-মৃত্যুৰ দৰে এই প্ৰাকৃতিক ঘটনাটোৰো হেনো বিধান আছে!মাই কান্দিছিল- "ছোৱালী ডাঙৰ হ'ল" ব…
Read more
Zubeen
Copyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin