দুচকুত হাজাৰ সপোন লৈ উনৈশ বছৰীয়া ছোৱালীজনীয়ে আমেৰিকাত ভৰি থৈছিলহি। উচ্চ শিক্ষাৰ লগতে নিজক প্ৰতিষ্ঠা কৰিবলৈ সংগ্ৰাম কৰা, সুদূৰ ভাৰতৰ স্বাধীনচিতীয়া ছোৱালীজনীয়ে এদিন লগ পাই গ'ল জামাইকাৰ পৰা অহা প্ৰতিবাদী কৃষ্ণাংগ যুৱকজনক।মানৱ অধিকাৰৰ সংগ্ৰামৰ দিনবোৰত ক্ৰমশ: আকৰ্ষিত হ'ল দুয়ো । সপোন দেখা ছোৱালীজনীয়ে ঘৰত নজনোৱাকৈয়ে তেওঁক আকোৱালী ল'লে। আৰম্ভ হ'ল …
Read more
Copyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin