লাইট যোৱাৰ সৈতে সিহঁতৰ সম্পৰ্ক নাছিল( সহজকৈ সৰুতে আমি 'লাইট যোৱা' বুলিয়েই কৈছিলো। কাৰেণ্ট বা বিজুলি সৰবৰাহ বন্ধ হোৱাৰ ভাষাটো আমাৰ বাবে আছিল ৰেডিঅ'ত বজা মান্য ভাষাহে!) ইনভাৰ্টাৰ জন্মৰে পৰা দেখা হেতুকে ল'ৰা-ছোৱালী দুটাৰ আন্ধাৰ ৰ সৈতে ঘন পৰিচয় নাই। তাতে গুৱাহাটীত আমাৰ আশে পাশে থকা অট্টালিকাসমূহতো পোহৰৰ নিৰৱচ্ছিন্ন প্ৰৱাহ। কেৱল গুৱাহাটীতে নহয়, …
Read more
Zubeen
Copyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin