আমেৰিকাৰ দৰে শক্তিশালী দেশ এখনৰ ৰাষ্ট্ৰপতি এজনে (ৰিচা্ৰ্ড নিক্সন) পদত্যাগ কৰিবলগীয়া হোৱাৰ দৰে অভূতপূৰ্ব ঘটনাটো ঘটাৰ মূল কাৰণ আছিল The Washington Post নামৰ কাকতখনে সত্তৰৰ দশকত ধাৰাবাহিকভাৱে প্ৰকাশ কৰা এটা অনুসন্ধানমূলক ৰাজনৈতিক বাতৰি - The Watergate Scandal. সাংবাদিকদ্বয় কাৰ্ল বাৰ্নষ্টেইন আৰু বব উডৱা্ৰডে 1972 চনত দেশখনৰ ডেম'ক্ৰেতিক দলৰ কাৰ্যালয়ত সংঘটিত …
Read more
Copyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin