এতিয়াৰ গণৰাজ্য দিৱস আৰু আমাৰ শৈশৱৰ গণৰাজ্য দিৱস উদযাপনৰ মাজত আকাশ- পাতালৰ পাৰ্থক্য আছে। আমাৰ সময়ত গণৰাজ্য দিৱস আছিল আনন্দ আৰু ভয়ৰ মিশ্ৰিত এটি অনুভূতি। আশীৰ দশকৰ শিশু আমিবোৰ আৰু নব্বৈত আছিল আমাৰ কৈশোৰ আৰু যৌৱন। আনন্দৰ কাৰণ অৱশ্যে বহুত আছিল। তাৰ ভিতৰত এটা আছিল দূৰদৰ্শন। একেবাৰে সৰুতে, গণৰাজ্য দিৱসৰ দিনা , দেউতা নহ'লে মাই পুৱাই উঠি খুলি দিয়া টি ভিটোৰ দুৱ…
Read more
Zubeen
Copyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin