আজিৰ তাৰিখত এইটো এটা খুব সাংঘাটিক ডাঙৰ প্ৰশ্ন হৈ থকা নাই। সাধাৰণভাৱেএইটো contextual ভিত্তিক প্ৰশ্নহে হৈ পৰিছে।কোনো এটা বাতৰি বা গণসংযোগৰ কোনো এটা তথ্য অনুসন্ধান কৰিবলৈ, ৰাজনৈতিক ,স্বাস্থ্য, বানিজ্য নতুবা যিকোনো সামগ্ৰীৰ জৰীপ চলোৱাৰ ক্ষেত্ৰত প্ৰথম প্ৰশ্নটো হৈছে এইটো- আপুনি বাতৰি কাকত পঢ়েনে? যদি পঢ়ে, কাকতৰ নাম সোধা যায়। যদি নপঢ়ে, তেনেহ'লে পিছৰ প্ৰশ্…
Read moreশৈশৱৰে পৰা তৰ্ক, আলোচনা, বক্তৃতা, আবৃত্তি আৰু সংগীত প্ৰতিযোগিতা সমূহত অংশ গ্ৰহণ কৰাৰ বাবে আমাৰ ঘৰত মা-দেউতাই এটা পৰিবেশ ৰচনা কৰি দিছিল। স্থানীয়, ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমি তিনিও বাই ভনীয়ে যোগ দিয়াৰ সুবিধা লাভ কৰিছিলো। তৰ্ক কৰি ভাল লগা হৈছিল। ঠিক যেন এটা নিচা হৈ গৈছিল ; য'তেই যোগ দিয়া যায় এটা পুৰস্কাৰ প্ৰায়েই পাইছিলো! এটা সময়ৰ পাছত এজন তাৰ্কি…
Read more
Copyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin