আমি দুয়ো বহুদূৰ একেলগে খোজ কঢ়াৰ কথা আছিল। সপোনবোৰ বুকুত উমলায় হাতে হাত ধৰি সেউজীয়া বাট এটা বোলাৰ কত যে কথা আছিল! কথা দিছিলা কথা কৈছিলা... আৰু কথাবোৰ হঠাতে সামৰি পেলালা? তোমাৰ সৈতে দীঘলীয়া বাট লোৱাৰ কথাটো যে থাকি গ'ল ( উৎসৰ্গা: বা)
Read more
Copyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin