২৩ ডিচেম্বৰ।পুৱা ৮.২০ মিনিট। ছোৱালীক স্কুল পঠিৱাৰ বাবে দৌৰা-দৌৰি কৰাৰ সময়। সেইদিনা তাইৰ স্কুলত আছিল প্ৰি- খ্ৰীষ্টমাছ উদযাপন । আগদিনা আহি পোৱা জুৰে আগ্ৰহৰে ভনিয়েকক সাজু কৰিছে। টিফিন-স্কুলবেগ সাজু কৰি ঠিক ডাইনিং টেবুলখনৰ ওচৰ পাওটেই মই মৰণকাতৰ চিঞৰ এটা মাৰি পৰি গ'লো। মই পৰিলো আৰু আঠুত কটককৈ হোৱা শব্দটোত মই বুজিলো মোৰ আঠুত বাৰুকৈয়ে কিবা এটা ঘটিছে। তীব্ৰ য…
Read more
Copyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin