ইণ্টাৰনেট আৰু টেলিভিছনৰ দৌৰাত্ম্য নথকাৰ সুবাদতে, আমাৰ শৈশৱৰ একমাত্ৰ লগৰী আছিল কিতাপবোৰ। বিভিন্ন সময়ত মা-দেউতাই আনি দিয়া অথবা পুৰস্কাৰ হিচাপে লাভ কৰা কিতাপৰে আমাৰ সৰু সুৰা এটা পুথিভড়ালেই হৈছিল!নতুন কিতাপ এখন হাতত পৰাৰ লগে লগেই তাক নাকৰ ওচৰলৈ নি পাতবোৰ আঙুলিৰে এফালৰ পৰা লৰাই দি গোন্ধ লোৱাটো আমাৰ বাবে নিচা হৈ পৰিছিল! নতুন কিতাপৰ কি যে সুন্দৰ সেই সুঘ্ৰাণ!কিতাপ…
Read more
Copyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin