অপ্ৰত্যাশিতভাৱে মা ৰ কেঞ্চাৰ ধৰা পৰিছিল আৰু সলনি হৈ গৈছিল মোৰ জীৱনৰ গতিধাৰাও.... মনত আছে ...সেইদিনা কলেজৰ পৰা আমি পামহি গাৱৰ পাৰিজাত একাডেকমীলৈ গৈছিলো। তেতিয়াৰ কটন কলেজৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ তৰফৰ পৰা শিশুৰ মনত বিজ্ঞান মানসিকতা জন্মোৱাৰ উদ্দ্যেশ্যেৰে এলানি কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। আমি তিনিজন আছিলো সেইদিনা- প্ৰয়াত অনামিকা বাইদেউ, মই আৰু ভাতৃ প্ৰত…
Read more
Copyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin