গাঁওবোৰ তেতিয়া সোনকালেই শুই পৰিছিল। চাৰে ন বজা মানে বহু নিশা। আমি কুমলীয়াবোৰ তেতিয়া বিছনাত থাকো।আমাৰ বিছনাখনৰ কাষতে কাঠৰ খিৰিকিখন । শৰতকালৰ এনে সময়ত বা গ্ৰীস্মৰ উতলা গৰমৰ পৰা হাত সাৰিবলৈ কেতিয়াবা খিৰিকিখন খুলি দিও। আৰু তেতিয়াই জোনৰ পোহৰবোৰে আহি মোৰ বিছনাত খেলা আৰম্ভ কৰে। কাষতে থকা নাৰিকল গছৰ পাতবোৰ জোনৰ পোহৰত চিকমিকাই উঠে। বিদ্যুতৰ কৃত্ৰিম পোহৰ নথকা দিনবোৰ…
Read more
Copyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin